Assam direct recruitment result check link

 আপোনাৰ results কেনেকৈ চাব?





4th grade Result Links

Paper I
CLASS X or EQUIVALENT EXAMINATION PASSED:

Link1👇👇


Link2👇👇


Paper ||
UPTO CLASS-VIII

Link1👇👇


Link2👇👇

Assam dirrect recruitment result out


Assam Direct Recruitment ৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ১৮ অক্টোবৰত প্ৰকাশ হব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৰা টুইটৰ পিছতেই ১৭ অক্টোবৰ তাৰিখেই ৰাতি প্ৰায় ৯ বজাৰ পৰাই Grade 4 পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা : 

🔴 🔴 🔴🔴🔴

ৰিজাল্টৰ লগে লগে কাট অফ মাৰ্কৰ তালিকা আৰু মেৰিট লিষ্ট প্ৰকাশ কৰাটো SLRC ৰ দায়িত্ব আছিল ।


 🔴🔴🔴🔴🔴🔴

পৰীক্ষাত অৱতীৰ্ন হোৱা পাছ কৰা/ফেইল কৰা প্ৰতিজন প্ৰাৰ্থীক তেওঁলোকৰ প্ৰাপ্ত নম্বৰ দেখুৱাই মেৰিটত অহা প্ৰাৰ্থীখিনিক ৰিজাল্টত "Selected for next step" আৰু মেৰিটত নহা প্ৰাৰ্থীখিনিক " Not selected for next step" বুলি SLRC এ লিখি দিব নোৱাৰিলে কিয় ???

😞😞😞


.....মাৰ্ক নেদেখুওৱাকৈ প্ৰকাশ কৰা ফলাফল.....😃


🔺কাট অফ মাৰ্ক প্ৰকাশ নকৰাকৈ ওলোৱা ফলাফল🔺


আচলতে হৈছে কি ?? ???


🔺🔺🔺🔺🔺🔺🔺🔺

চতুৰ্থ বৰ্গৰ প্ৰায় ১৪ হাজাৰ পদৰ বিপৰীতে ১:২ হিচাপে প্ৰায় ২৮ হাজাৰকে পাছ কৰালে নে ৮০/৯০ হাজাৰকে পাছ কৰালে সেয়া লিখিত পৰীক্ষাত অৱতীৰ্ন হোৱা প্ৰতিজন প্ৰাৰ্থীয়ে জানিব বিচাৰে... 

আৰু SLRC এ জনোৱাটো ও দায়িত্ব......😄


লিখিত পৰীক্ষাৰ মেৰিট লিষ্ট খন প্ৰকাশ কৰি দিলে সেয়া সকলো প্ৰাৰ্থীয়ে গম পালে হয় ...


Ok


শেষত Final Merit List খন প্ৰকাশ কৰিলেই সকলো শেষ নহয়..ৰিটেনত কিমান সংখ্যক প্ৰাৰ্থী, কোনে কিমান মাৰ্ক পাই ৰিটেন পাছ কৰিলে সেয়াও প্ৰাৰ্থীসকলে জানিব বিচাৰে বা জনাটো অধিকাৰ.. এনেও Final Merit List খন বিজ্ঞাপনত উল্লেখিত নিৰ্দিষ্ট সংখ্যক পদৰ ভিত্তিতহে প্ৰকাশ হব ।


বি.দ্ৰ : RTI কৰি নিজৰ মাৰ্কটো সকলোৱে চাব পাৰে যদিও ৰিজাল্টৰ লগে লগে পৰীক্ষা দিয়া প্ৰতিজন প্ৰাৰ্থীৰ (মেৰিটত অহা/নহা) নিজৰ প্ৰাপ্ত মাৰ্কটোৰ লগতে লিখিত পৰীক্ষাত উত্তীৰ্ন সমুহ প্ৰাৰ্থীৰ নাম,ৰোল নং,কেটেগৰী,ৰেংক ,মাৰ্ক ইত্যাদি সম্বলিত মেৰিট লিষ্ট খন সকলোৱে চাব পৰাকৈ ৰাজহুৱাকৈ প্ৰকাশ কৰিব লাগিছিল ।


যদিও মই এইটো পৰীক্ষা দিয়া নাছিলো, তথাপিও

ইমান হাজাৰ সংখ্যক পদৰ নিযুক্তিকেন্দ্ৰিক প্ৰথমবাৰৰ বাবে হোৱা ইমান ডাঙৰ লিখিত পৰীক্ষাটোৰ ৰিজাল্টটো দেখি ভাল নালাগিল .....


Comments

Popular posts from this blog

How to check lakhpoti baideo list

Lakhpati Baideo Scheme: A Game-Changer for Women Entrepreneurs in Assam

How to check lakhpoti baideu asoni list